শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL ৰ পৰা অভিনেত্ৰী প্ৰীতি জিন্টাৰ উপাৰ্জনৰ কথা জানি আপুনিও হ’ব আচৰিত!

পঞ্জাৱ কিংছৰ অন্যতম স্বত্বাধিকাৰী প্ৰীতি জিণ্টাৰ দল এতিয়া আই পি এলৰ ফাইনেলত (Punjab Kings IPL 2025 Final)প্ৰৱেশ কৰিছে। IPL ৰ পৰা প্ৰীতি জিন্টাৰ হোৱা উপাৰ্জনৰ কথা জানি আপুনিও হ'ব আচৰিত!

barasha-misra
Barasha Misra | Updated On: 03 Jun 2025 17:31 PM
বলীউডৰ ডিম্পল গাৰ্ল নামেৰে বিখ্যাত প্ৰীতি জিণ্টাই কেৱল অভিনয়ৰ ক্ষেত্ৰতে নহয়, ব্যৱসায়িক জগততো নিজৰ বুদ্ধি আৰু পাৰদৰ্শিতাৰে অভিলেখ গঢ়িব ধৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত তেওঁৰ বিনিয়োগ আৰু ইয়াৰ পৰা হোৱা উপাৰ্জনে প্ৰমাণ কৰে যে তেওঁ সঁচাকৈয়ে এগৰাকী বুদ্ধিমান নাৰী।

1 / 5
১৯৯৮ চনত ‘Dil Se’ আৰু ‘Soldier’ৰ দৰে ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল প্ৰীতি জিণ্টাই। কিন্তু অভিনয়ৰ লগতে ব্যৱসায়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি ২০০৮ চনত আই পি এল দল কিংছ একাদশ পঞ্জাৱ (বৰ্তমান পঞ্জাব কিংছ)ৰ অন্যতম স্বত্বাধিকাৰী হয়। ২০০৮ চনত যেতিয়া পঞ্জাৱ কিংছ আৰম্ভ হৈছিল তেতিয়া ৭৬ মিলিয়ন ডলাৰত ক্ৰয় কৰিছিল। ২০২২ চনত ইয়াৰ মূল্য ৯২৫ মিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।

2 / 5
পঞ্জাৱ কিংছৰ অন্যতম স্বত্বাধিকাৰী প্ৰীতি জিণ্টাৰ দল এতিয়া আই পি এলৰ ফাইনেল ((Punjab Kings IPL 2025 Final)ত প্ৰৱেশ কৰিছে। আই পি এলৰ আন দলৰ মালিকে নিজৰ দলৰ পৰাজয় বা জয়ৰ পিছত বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিন্তু জয় বা পৰাজয়ৰ সময়ত প্ৰীতি জিণ্টাৰ স্বভাৱ কেতিয়াও সলনি হোৱা নাই। এই ছিজনত তেওঁৰ দলটোৱে ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে।

3 / 5
IPL ত টিকট বিক্ৰী কৰি যি টকা উপাৰ্জন হয় তাতো আই পি এল দলৰ মালিকৰ অংশ থাকে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৮০ শতাংশ ধন টিকট বিক্ৰীৰ পৰা যায়। ইয়াৰ উপৰিও দলটোৱে sponsorship ৰ জৰিয়তেও উপাৰ্জন কৰে।

4 / 5
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰীতি জিন্তাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৪০ কোটি টকা। তেওঁৰ উপাৰ্জন বলীউড, ব্ৰেণ্ড এণ্ডাৰছমেণ্ট, আই পি এল টিম, ৰিয়েল এষ্টেট, বিনিয়োগৰ পৰা আহে। মুম্বাইৰ পালি হিলত ১৭ কোটি টকাৰ বিলাসী ঘৰ ক্ৰয় কৰিছে প্ৰীতিয়ে। বিয়াৰ পিছত প্ৰিটি জিন্টা লছ ​​এঞ্জেলছলৈ গৈছিল। আমেৰিকাৰ বেভাৰ্লী হিলছতো তেওঁৰ এটা ঘৰ আছে। তেওঁৰ গাড়ী সংগ্ৰহত তালিকাত লেক্সাছ, পৰ্ছে, মাৰ্চিডিজ বেঞ্জ আৰু বিএমডব্লিউৰ দৰে বিলাসী গাড়ী আছে। প্ৰীতিয়ে ব্ৰেণ্ড এণ্ডোৰছমেণ্টৰ পৰা ১.৫ কোটি টকা লয়।

5 / 5