শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: মাঘ বিহু উপলক্ষে সোণ কিনাৰ কথা ভাবিছে নেকি? জানক গুৱাহাটীত আজি সোণৰ দাম কিমান…

বিগত কেইবাদিন ধৰি সোণৰ দামত যথেষ্ট উত্থান-পতন দেখা গৈছে। কেতিয়াবা যদি বৃদ্ধি হয় কেতিয়াবা হ্ৰাস হোৱা দেখা যায় সোণৰ দাম। আজি দেশৰ লগতে গুৱাহাটীৰ বজাৰত কিমান দামত সোণ বিক্ৰী হৈছে জানো আহক।

Trishna Kalita
Trishna Kalita | Edited By: Barasha Misra | Updated On: 14 Jan 2025 13:48 PM
আজি  দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৭৯ ৬৪০, টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,০০০ টকা।  আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকাত বিক্ৰী হৈছে।

1 / 5
১২ জানুৱাৰীত দিল্লীত  ১০ গ্ৰাম সোণৰ দাম ৭৯,৮২৩ টকা। চেন্নাইত আজি  ১০ গ্ৰাম সোণৰ দাম ৭৯,৬৬১ টকা।একেদৰে মু্ম্বাইত  ১০ গ্ৰাম সোণ ৭৯,৬৬৭ টকা আৰু কলকাতাত ১০ গ্ৰাম সোণ ৭৯,৬৬৫ টকাত বিক্ৰী হৈছে।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৯৬৪ টকা ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৩০০ টকা আৰু  আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৫,৯৭৩ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৫৯,৭৩০ টকা, ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,০০০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৬৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে গুৱাহাটীৰ  বজাৰত আজি ৰূপৰ দৰ অপৰিৱৰ্তিত থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৩.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৩,৫০০ টকা।

5 / 5