মোৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়, এয়া তেওঁলোকৰ ব্যক্তিগত বিষয়ঃ গৌৰৱ গগৈ
Gaurav gogoi: অৱশেষত গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে তেওঁৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়। ইয়াৰোপৰি পাকিস্তান ভ্ৰমণৰ কথাও স্বীকাৰ কৰে তেওঁ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5