অসুৰ কেইটাই গুৰুতৰ শাস্তি পাব লাগিব: পুনৰ জুবিনৰ ন্যায় বিচাৰিলে গৰিমাই
গৰিমাই লগতে কয়, "আমি চৰকাৰলৈ পুনৰবাৰ অনুৰোধ জনাইছো আমাৰ আইনী যুঁজখন সবল হ’বলৈ শক্তিশালী টীম এটা আমাক লাগিব। বাকী ৭ অভিযুক্তৰ মুখত কোনো ধৰণৰ অনুশোচনা দেখা নাই।"

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5