শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কি হৈছিল আমি জানিব লাগিব, কথাবোৰে বহুত অশান্তি দি আছে: গৰিমা গাৰ্গ

শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ সন্দৰ্ভত গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া। গৰিমাই ক'লে, “আমি আৰু মানুহজন কেতিয়াও ঘূৰাই নাপাও, অসমে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ কেতিয়াও নহয়। ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কিয় ইমান অনাদৰ কৰা হ’ল? আমাক সকলো ক’ব লাগিব”।

trishna-kalita
Trishna Kalita | Published: 01 Oct 2025 11:28 AM
আজি যোৰহাটত অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।  প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভষ্মত শ্ৰদ্ধাঞ্জলি গৰিমা গাৰ্গ আৰু গুণমুগ্ধৰ।

1 / 5
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৰ্বধর্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হৈছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ ৰীতি-নীতি। সেৱা লৈছে গৰিমা শইকীয়া গাৰ্গে।  চিতাভষ্ম সন্মুখত ৰাখি উচুপি উঠিল পত্নী গৰিমা।

2 / 5
শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ সন্দৰ্ভত গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া। গৰিমাই ক'লে,  “আমি আৰু মানুহজন কেতিয়াও ঘূৰাই নাপাও, অসমে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ কেতিয়াও নহয়। ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কিয় ইমান অনাদৰ কৰা হ’ল? আমাক সকলো ক’ব লাগিব”।

শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ সন্দৰ্ভত গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া। গৰিমাই ক'লে, “আমি আৰু মানুহজন কেতিয়াও ঘূৰাই নাপাও, অসমে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ কেতিয়াও নহয়। ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কিয় ইমান অনাদৰ কৰা হ’ল? আমাক সকলো ক’ব লাগিব”।

3 / 5
তেওঁ কয়, “তদন্ত ভালদৰে আৰম্ভ হওঁক ,গোটেই কথাখিনি তেওঁলোকক সোধক ,কি হৈছিলে আমি জানিব লাগে। সেই কথাটোৱে বহুত অশান্তি দি আছে । আমি ফাষ্ট ট্ৰেক তদন্ত বিচাৰিছো। তেওঁলোকে নিজৰ মতে কাম কৰক। আমি সহযোগীতা কৰিব লাগে। উচিত তদন্ত হওঁক। মই ভাবো আমি ন্যায় পাম”।

4 / 5
আদ্যশ্ৰাদ্ধৰ দিনা যোৰহাটবাসীৰ কৃতজ্ঞ গৰিমা শইকীয়া গাৰ্গৰ। তেওঁ কয়, ‘জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী। মোক আপোনালোক এৰি নিদিব। নিজৰ ঠাইত মানুহখিনি মোৰ সদায় আপোন হৈ থাকিব।’

5 / 5