শীতকালত দেহৰ বাবে মহৌষধ এই তিনি ড্ৰাই ফ্ৰুট, দূৰ কৰিব ভিটামিন ডিৰ অভাৱ
সুস্বাস্থ্যৰ বাবে শৰীৰত আন ভিটামিনৰ লগতে আমাৰ শৰীৰত ডি ভিটামিনৰ পৰিমাণ যাতে সঠিকভাৱে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এতিয়া শীতকাল চলি আছে, সাধাৰণতে শীতকালত বহু লোক ভিটামিন ডিৰ অভাৱত ভোগা দেখা যায়। সূৰ্যৰ পোহৰ কম মাত্ৰাত পোৱাৰ বাবে এই সমস্যা হোৱা দেখা যায়। এইক্ষেত্ৰত আপোনাৰ ডি ভিটামিনৰ অভাৱ দূৰ কৰিব পৰা তিনিবিধ ড্ৰাই ফ্ৰুটৰ বিষয়ে জানো আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5