সাৱধান! ভাদ মাহত ভুলতো নকৰিব এই কাম, হ’ব পাৰে বিপদ…
হিন্দু ধৰ্মত ভাদ মাহৰ মান্যতা অধিক। কোৱা হয়, এই মাহটোত শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছিল। এই মাহটোত নাম- কীৰ্তন আদি কৰিব লাগে। কিন্তু কিছুমান কাম কৰাৰ পৰা এই মাহটোত বিৰত থাকিব লাগে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5