শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, বিমানবন্দৰত দুই কংগ্ৰেছ নেতাক উষ্ম আদৰণি

গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে। হোটেল কিৰণশ্ৰীত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰে বৈঠক অনুষ্ঠিত হৈছে বৈঠক। অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনোৱা হল কংগ্ৰেছৰ শীৰ্ষ নেতা দুগৰাকীক।

trishna-kalita
Trishna Kalita | Published: 16 Jul 2025 14:16 PM
গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে । বৰঝাৰত আদৰণি জনায় APCCৰ সভাপতি গৌৰৱ গগৈয়ে।  ৰাহুল গান্ধী  আৰু  মল্লিকাৰ্জুন খাৰ্গেৰ আগমনক লৈ বৰঝাৰ বিমান বন্দৰত উখল মাখল পৰিবেশ ।

1 / 5
অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনোৱা হল কংগ্ৰেছৰ শীৰ্ষ নেতা দুগৰাকীক। জাতি-জনগোষ্ঠীয় গীত-নৃত্যৰে আদৰা হ'ল ৰাহুল গান্ধী  আৰু মল্লিকাৰ্জুন খাৰ্গেক।

2 / 5
বিমান বন্দৰৰ পৰা পোনে পোনে  কিৰণশ্ৰী হোটেলত উপস্থিত হয় কংগ্ৰেছৰ দুই শীৰ্ষ নেতা। হোটেলত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ PAC আৰু জ্যেষ্ঠ নেতাৰ সৈতে সতীৰ্থ সম্মিলন।

3 / 5
বৈঠকত অংশগ্ৰহণ কৰিছে দলৰ আটাইকেইগৰাকী বিধায়ক, সাংসদ তথা জিলা সভাপতিয়ে। PAC বৈঠকৰ পিছতে অনুষ্ঠিত হ'ব বিভিন্ন জাতি জনগোষ্ঠীয় নেতাৰ সৈতে মত-বিনিময়।

4 / 5
ৰাহুল গান্ধী অসমলৈ অহাৰ দিনাই গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে এইবাৰ যুঁজ এখন হ'ব। সংখ্যালঘুৰ আৱেগ আৰু স্বাভিমানৰ বাবে যুঁজ দিব কংগ্ৰেছ দলে।

5 / 5