শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব নোৱাৰে, ৰাইজৰ সৈতে মিত্ৰতা কৰিব লাগিব: গৌৰৱ গগৈ

দেওবাৰে সন্ধিয়া ৰাজীৱ ভৱনত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে APCCৰ সভাপতি গৌৰৱ গগৈ। লগতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ ৫খন কমিটীৰ ৫ জন অধ্যক্ষ।

trishna-kalita
Trishna Kalita | Updated On: 07 Jul 2025 10:51 AM
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেওঁ কয় যে,  শীঘ্ৰে গুৱাহাটীলৈ আহিব AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অসমত নতুনকৈ গঠন হোৱা PCC কমিটীসমূহৰ সৈতে বৈঠকত বহিব দুই নেতা।

1 / 5
নৱনিযুক্ত জিলা সভাপতি সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "তৃণমূল কৰ্মীকলৰ প্ৰতিবেদনৰ ভিত্তিত নতুনকৈ জিলা সভাপতিসকলক নিযুক্তি দিয়া হৈছে।" (Credits: Getty Images)

2 / 5
বিৰোধীৰ মিত্ৰতা প্ৰসংগত APCCৰ সভাপতিগৰাকীয়ে কয়,  "এই প্ৰসংগত সকলো বিৰোধী দলৰ লগত কথা পাতিব কংগ্ৰেছে। সকলোৰে কথা শুনিব কংগ্ৰেছে।"

3 / 5
তেওঁ কয়, "কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব নোৱাৰে। সেয়ে সকলোৰে সহযোগিতাৰে আগবাঢ়িব লাগিব। মিত্ৰতা প্ৰকৃততে অসমৰ ৰাইজৰ সৈতে কৰিব লাগিব।"

বিৰোধীৰ মিত্ৰতা প্ৰসংগত APCCৰ সভাপতিগৰাকীয়ে কয়, "এই প্ৰসংগত সকলো বিৰোধী দলৰ লগত কথা পাতিব কংগ্ৰেছে। সকলোৰে কথা শুনিব কংগ্ৰেছে।"

4 / 5
লগতে ৩ গগৈ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়, " মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনাই ইমান কথা কৈ থাকে সকলো কথা মনত ৰাখিব নোৱাৰি। সেয়ে তেওঁৰ কিছুমান কথা এৰাই (স্ক্ৰীপট কৰো) চলো।"

5 / 5