শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ CIDৰ জাননী, ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ
আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ চিআইডিয়ে জাননী প্ৰেৰণ কৰিছে। দুয়োজনক ১০ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে চিআইডিয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5