ভুৱা প্ৰতিশ্ৰুতিৰ বাবে পাপ লাগিব প্ৰমোদ বড়োৰ, ক’লে হাগ্ৰামা মহিলাৰীয়ে
ওদালগুৰিত বিপিএফৰ বিশাল আশীৰ্বাদ যাত্ৰা। এই আশীৰ্বাদ ৰেলীৰ পিছত হাগ্ৰামা মহিলাৰীয়ে কয়, 'প্ৰমোদ বড়োৱে বিপিএফৰ মিটিং মʼবাইলত চাই আছে। বিশাল গণসভা দেখি ভয় খাইছে।'

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5