মহানগৰীত মেজি জ্বলাই ভোগালী চ’ৰা উদযাপন, অনুষ্ঠিত কৰা হয় পৰম্পৰাগত খেল ধেমালি…
মহানগৰীটো দেখা গৈছে ভোগালীৰ উছাহ। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তুৰে ভৰিছে বজাৰ। ইয়াৰ মাজতে উৰুকাৰ আগদিনাই মেজি জ্বলিল গুৱাহাটীত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5