শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা

অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত মোহময়ী অভিনেত্ৰী তামান্না। ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। নিষিদ্ধ মহাদেৱ বেটিং এপৰ বিজ্ঞাপন কৰিছিল তামান্নাই। পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত তামান্না ভাটিয়া। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।

Trishna Kalita
Trishna Kalita | Edited By: Barasha Misra | Updated On: 18 Oct 2024 16:59 PM
‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত জেৰা ইডিৰ।  অভিনেত্ৰীগৰাকীৰ লগত আহিছে তেওঁৰ মাতৃ।

1 / 5
AS12BC6327 নম্বৰৰ এখন বাণিজ্যিক বাহনেৰে আহি ইডিৰ কাৰ্যালয়ত উপস্থিত হয় অভিনেত্ৰীগৰাকী। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰীগৰাকীয়ে। মহাদেৱ বেটিং এপৰ প্ৰচাৰ চলাইছিল তামান্নাই।

2 / 5
পূৰ্বেও কেইবাবাৰো EDয়ে চমন দিছিল তমান্নাক। কিন্তু বৰ্তমান EDয়ে গুৱাহাটীলৈ তেওঁক কিয় মাতিলে, সেয়া স্পষ্ট নহয় যদিও মহাৰাষ্ট্ৰৰ গোচৰতে তেওঁক গুৱাহাটীত সোধা-পোছাৰ বাবে মতা বুলি ধাৰণা কৰা হৈছে।

3 / 5
বৃহস্পতিবাৰে গুৱাহাটী উপস্থিত হোৱা তামান্নাক সাত ঘন্টাজুৰি জেৰা ইডিৰ  ৷ দুপৰীয়া ১ বজাৰ পৰা ইডিৰ জেৰাৰ সন্মুখীন তামান্না ৷

4 / 5
আজি নিশা গুৱাহাটীতেই কটাব তামান্না ভাটিয়াই। নিশা ৰেডিশ্যন ব্লুত থাকিব তামান্নাসহ মাতৃ।

5 / 5