২০২৪ চনত ফ্লপ হোৱা ৫ খন ছবি, যাৰ ব্যয় ১০০ কোটি, আয় ১০ কোটিৰ তলত!
Flop movies 2024: নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চলিত বৰ্ষটোত বলিউডত কেইবাখনো ছবিয়ে মুক্তি লাভ কৰিলে। ইয়াৰে কেইখনমান ফ্লপ হোৱাৰ বিপৰীতে কেইবাখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। ফ্লপ হোৱা ছবিৰ তালিকাত অক্ষয় কুমাৰ, আলিয়া ভট, অজয় দেৱগন আদিৰ ছবিও আছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5