5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Swachh Bharat: ১০ বছৰ সম্পূৰ্ণ মোদীৰ ‘স্বচ্ছ ভাৰত অভিযান’ৰ, হাতত ঝাড়ু লৈ কন কন শিশুৰ লগত কৰিলে ঠাই পৰিস্কাৰ

Swachh Bharat: আজি ১০ বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানে। ইয়াৰ লগত সংগতি ৰাখি মোদীয়ে স্কুলীয়া শিক্ষাৰ্থীৰ লগত মিলিত হৈ স্বচ্ছ ভাৰত (swachh bharat abhiyan)কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

barasha-sarma
Barasha Sarma | Published: 02 Oct 2024 12:00 PM
আজি সমগ্ৰ দেশে পালন কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী।  এইগৰাকী মহান ব্যক্তিৰ ওপজা দিনৰ সংগতি ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল স্বচ্ছতা অভিযান। আজিৰ দিনটোতেই মোদীৰ স্বচ্ছ ভাৰত অভিযানে সম্পূৰ্ণ কৰিলে ১০ বছৰ। ২০১৪ চনৰ ২ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে এই অভিযান আৰম্ভ কৰিছিল।

1 / 5
স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ এই সময়চোৱাত আজি মোদীয়ে এখন বিদ্যালয়ত উপস্থিত হৈ স্বচ্ছ অভিযান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। হাতত ঝাড়ু লৈ মোদীয়ে ঠাই পৰিস্কাৰ কৰে। এই ফটো প্ৰধানমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। মোদীৰ সৈতে এই অভিযানত যোগ দিছে একাংশ কন কন ছাত্ৰ- ছাত্ৰীয়ে।

2 / 5
মোদীয়ে এটা পোষ্টত লিখিছে- আজি গান্ধী জয়ন্তীৰ দিনা মই মোৰ যুৱ বন্ধুসকলৰ সৈতে স্বচ্ছতা অভিযানত অংশ গ্ৰহণ কৰিলো। আপোনালোক সকলোকে অনুৰোধ জনাইছো যাতে আপোনাৰ চৌপাশ স্বচ্ছকৈ ৰাখে। সকলোকে স্বচ্ছা অভিযানৰ অংশ হ'বলৈ আহ্বান জনোৱাৰ লগতে মোদীয়ে কয় যে এই পদক্ষেপে স্বচ্ছ ভাৰত মনোভাৱ আৰু অধিক শক্তিশালী কৰিব।

3 / 5
মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত স্বচ্ছ ভাৰত দিৱস ২০২৪ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব। এই অনুষ্ঠানতেই আজি মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তী পালন কৰা হ'ব।  মোদীৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত আজি স্বচ্ছতা অভিযানক লৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

4 / 5
উল্লেখ্য যে, ২০১৪ চনৰ ১৫ আগষ্টত মোদীয়ে লালকিল্লাৰ পৰা এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। দেশৰ সকলো নাগৰিকক তেওঁ স্বচ্ছতাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বন জনাইছিল। তাৰ পাছতে ২ অক্টোবৰত এই অভিযানৰ আৰম্ভ কৰা হৈছিল। তেতিয়াৰ এই অভিযানৰ অধীনত চৰকাৰে বিভিন্ন কাৰ্য পন্থা গ্ৰহণ কৰি আহিছে।

5 / 5
Latest Stories