Uric Acids : শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে আপুনি কেনেকৈ জানিব ? সবিশেষ পঢ়ক…
আমাৰ সকলোৰে শৰীৰত ইউৰিক এচিড থাকে। কিন্তু বহুলোকৰ শৰীৰত ইউৰিক এচিড স্বাভাৱিকতকৈ বহুগুণ বেছি থকা দেখা যায় । প্ৰটিনযুক্ত খাদ্যৰ পৰা পিউৰিন নিৰ্গত হয়। যদি আপুনি এই পিউৰিন সমৃদ্ধ খাদ্যসমূহ বেছিকৈ খায় আৰু খাদ্যখিনি সঠিকভাৱে হজম নহয় তেন্তে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়। অতিৰিক্ত ইউৰিক এচিড শৰীৰৰ পৰা নিৰ্গত হয়। অতিৰিক্ত ইউৰিক এচিড শৰীৰৰ পৰা আঁতৰাব নোৱাৰিলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8