কৰ্দৈ খাই ভাল পায়নে?
30 OCT 2025
TV9 ASSAM
কৰ্দৈত আছে বহু পুষ্টিকৰ গুণ যিয়ে বহু ৰোগ আঁতৰাই ৰাখে।
উপকাৰ
কৰ্দৈত আছে এণ্টি অক্সিডেণ্ট আৰু প্ৰদাহ বিৰোধি শক্তি।
উপকাৰ
কিন্তু কৰ্দৈ টেঙা খাওঁতে সাৱধান হওক বৃক্ক ৰোগত অপকাৰী।
কৰ্দৈ
দীৰ্ঘদিন ধৰি একেই পৰিমাণত কৰদৈ খালে শৰীৰৰ ক্ষতি হ'ব পাৰে।
কৰ্দৈ
ছালৰ ৰোগ চৰাইছিছ আৰু দাৰমাতাইটিছ প্ৰসমনৰ বাবে উপকাৰী।
কৰ্দৈ
কৰ্দৈত থকা উচ্চগুণমানৰ এন্টী- অক্সিডেন্টৰ বাবে এই লাভ পোৱা যায়।
কৰ্দৈ
গ্ৰাম্য জীৱনত কৰ্দৈ অতি জনপ্ৰিয় টেঙা হিচাপে খোৱা হয়।
জনপ্ৰিয়
লগতে পঢ়ক
পুৱা ৪:২৫ বজাৰ পৰা আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী
Learn more