বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ কাজি নেমু অসমৰ জাতীয় ফল । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷ ।(Photo-Google)
পেটৰ সমস্যাৰ নাইকীয়া কৰিবলৈ কাজি নেমু অতি উপকাৰী । কাজি নেমুৱে পেট কামোৰণি আৰু জ্বলা-পোৰা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে ।(Photo-Google)
আমাৰ সমাজৰ পৰম্পৰা অনুসৰি,মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত কাজি নেমুৰ ৰস মিহলাই মূৰত লগোৱা দেখা যায় । এই কাৰ্য কৰিলে মূৰ ঘূৰণি আৰু মূৰৰ বিষৰ পৰা সকাহ পোৱা যায় ।(Photo-Google)
সৰু ল’ৰা-ছোৱালীৰ কৃমি সমস্যা নাইকীয়া কৰিবলৈ কাজি নেমুৰ ৰস আৰু গুটি পিহি খুওৱাব পাৰে ।(Photo-Google)
ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত কাজি নেমুৰ ৰস যথেষ্ট উপকাৰী বুলি কয় বিশেষজ্ঞসকলে ।(Photo-Google)
খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত কাজি নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে ৷ খাদ্য হজমত কাজি নেমু অতি উপকাৰী ।(Photo-Google)
কাজিনেমুৰ কিছুমান ঔষধি গুণ আছে। ঘৰুৱা চিকিৎসাত কাজিনেমু ব্যৱহাৰ কৰা হয়।(Photo-Google)
ইয়াৰ সুগন্ধি আৰু গুণাগুণৰ বাবে কাজি নেমু অসমীয়া মানুহৰ মাজত খুবেই জনপ্ৰিয় ।(Photo-Google)