Padma Award 2026: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্ম বঁটা, চাওক সম্পূৰ্ণ তালিকা…
Padma Award 2026: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্মবঁটা ২০২৬। প্ৰতিবাৰৰ দৰে এইবাৰো সমাজৰ কেইবাগৰাকী ব্যক্তিক দেশৰ এই অসামৰিক সন্মান আগবঢ়াইছে। এই লোকসকলে নীৰৱে সমাজৰ হৈ কৰি গৈছে বহু কাম।
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত প্ৰকাশ পালে পদ্ম বঁটা (Padma Award 2026)ৰ তালিকা। প্ৰতিবছৰে গণৰাজ্য দিৱসৰ পূৰ্বে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হয়। এই বঁটা তিনিটা ভাগত ভাগ কৰা হয়। পদ্মবিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী। কলা, সমাজসেৱা, বিজ্ঞান, সাহিত্য, আৰু ক্ৰীড়াৰ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰ চৰকাৰৰ পৰা জাৰি কৰা তথ্য অনুসৰি, এইবাৰ প্ৰায় ৪৫ জনকৈ লোকে পদ্ম সন্মান লাভ কৰিছে।
সূত্ৰই প্ৰকাশ কৰা তালিকাখন-
১/ অংকে গৌড়া
২/ আৰ্মিডা ফাৰ্নাণ্ডেজ
৩/ ভগৱানদাস ৰাইকৱাৰ
৪/ ভিক্লিয়া লাডাক্য ধীন্দা
৫) ব্রিজ লাল ভাট
৬) বুধৰি তাঁতী
৭) চৰণ হেমব্ৰম
৮) চিৰঞ্জী লাল যাদৱ
৯) ধৰ্মিকলাল চুনীলাল পাণ্ডিয়া
১০) গফৰুদ্দিন মেৱতী যোগী
১১) হেলি ৱাৰ
১২) ইন্দৰজিৎ সিং সিদ্ধু
১৩) কে পাজানিভেল
১৪) কৈলাশ চন্দ্ৰ পন্ত
১৫) খেম ৰাজ সুন্দৰিয়াল
১৬) কোল্লক্কাইল দেৱকী আম্মা জি
১৭) কুমাৰাছামী থাংগৰাজ
১৮) মহেন্দ্ৰ কুমাৰ মিশ্ৰ
১৯) মিৰ হাজীভাই কাছাম্ভাই
২০) মোহন নগৰ
২১) নৰেশ চন্দ্ৰ দেৱ বৰ্মা
২২) নীলেশ বিনোদচন্দ্ৰ মাণ্ডেৱালা
২৩) নুৰুদ্দিন আহমেদ
২৪) অথুৱৰ থিৰুথানি স্বামীনাথন
২৫) পদ্ম গুৰমেট
২৬) পখিলা লেকথেপি
২৭) পুন্নিয়ামূৰ্তি নাটেছান
২৮) আৰ কৃষ্ণন
২৯) ৰঘুপত সিং
৩০) ৰঘুবীৰ টুকাৰম খেডকাৰ
৩১) ৰাজস্তপতি কলিয়াপ্পা গৌণ্ডাৰ
৩২) ৰামা ৰেড্ডী মামিদী
৩৩) ৰামচন্দ্ৰ গডবোলে আৰু সুনীতা গডবোলে
৩৪) এছ জি চুশ্বীলাম্মা
৩৫) ছাংগিউছাং এছ পংগেনাৰ
৩৬) শ্বাফী শ্বাউক
৩৭) শ্ৰীৰং দেৱবা লাদ
৩৮) শ্যাম সুন্দৰ
৩৯) সীমাঞ্চল পেট্ৰ’
৪০) সুৰেশ হানগাৱদী
৪১) টাগা ৰাম ভীল
৪২) টেচি গুবিন
৪৩) তিৰুৱৰুৰ বকথৱথছালম
৪৪) বিশ্ব বন্ধু
৪৫) যুমনাম জাতৰা সিং
প্ৰতিবাৰৰ দৰে এইবাৰো এই পদ্ম বঁটাত দেশৰ বিভিন্ন প্ৰান্তৰ একাংশ লোকক সামৰি লোৱা হৈছে যিয়ে নীৰৱে সমাজৰ হৈ কাম কৰি গৈছে। এই বঁটাই নিস্তব্ধ,অটল সেৱাক প্ৰতিনিধিত্ব কৰে। এই লোকসকলে সমাজৰ সাধক। যিয়ে কোনোৱে গম নোপোৱাকৈ সমাজৰ উন্নতিত এক অভূতপূৰ্ব অৱদান আগবঢ়াই গৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, চৰকাৰে কিছু সময় পাছতেই এই তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব।
খবৰ আপডেট হৈ আছে…
অন্য খবৰ পঢ়কঃ গণৰাজ্য দিৱস কিয় পালন কৰা হয়? জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি…