আদিত্যৰ প্ৰথম বিবাহ বিচ্ছেদ ৰাণীৰ কাৰণে হ’ল ! বহু কথা সহ্য কৰিব পৰা নাছিল ৰাণীয়ে
২০১৪ চনৰ ২১ এপ্ৰিলত ৰাণীয়ে আদিত্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ অনুষ্ঠান ইটালীত অনুষ্ঠিত হৈছিল। ৰাণীক বিয়া কৰোৱাৰ আগতে আদিত্যৰ আৰু এখন বিয়া হৈছিল। আদিত্যৰ প্ৰথম পত্নী কোন আছিল? বহুতে কয় ৰাণীৰ বাবে আদিত্যৰ বিবাহ বিচ্ছেদ হৈছিল ।

1 / 7

2 / 7

3 / 7

4 / 7

5 / 7

6 / 7

7 / 7