ইতিহাস থিয়েটাৰত হোৱা দুর্ঘটনাৰ পিছত আঘাতপ্ৰাপ্তৰ কাষত পত্নীসহ থিয় দিছে যতীন বৰাই
থিয়েটাৰৰ মাজতে অঘটন! বুধবাৰে চেঙাত ইতিহাস থিয়েটাৰত হোৱা দুর্ঘটনাৰ দুখ প্ৰকাশ কৰি আঘাতপ্ৰাপ্তৰ কাষত উপস্থিত বলিষ্ঠ অভিনেতা যতীন বৰা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5