শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অনন্য ৰূপত অভিনেত্ৰী আইমী বৰুৱা, গ্ৰীষ্মকালত আইমীৰ ফেশ্বন অনুসৰণ কৰিব পাৰে…

অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আইমী বৰুৱা। অভিনেত্ৰীৰ লগতে পৰিচালিকা হিচাপেও আছে আইমীৰ সুকীয়া পৰিচয়। ষ্টাইলিঙকলৈও যথেষ্ঠ সচেতন অভিনেত্ৰীগৰাকী। আপুনিও গ্ৰীষ্মকালত ফেশ্বন টিপছ ল'ব পাৰে অভিনেত্ৰীগৰাকীৰ পৰা...

Barasha Misra
Barasha Misra | Updated On: 11 Jul 2024 22:25 PM
অভিনেত্ৰী আইমী বৰুৱাই নিজৰ সাজ-পোছাকক লৈ যথেষ্ঠ সচেতন। সামাজিক মাধ্যমত নতুন নতুন পোছাকৰ সৈতে ফটো শ্বেয়াৰ কৰি থাকে।

1 / 5
হালধীয়া শাড়ীখনেৰে যথেষ্ঠ আকৰ্ষণীয় দেখিছে আইমী বৰুৱাক। বিবাহ বা অন্য অনুষ্ঠাত পিন্ধিবলৈ উত্তম এনেধৰনৰ শাড়ী।

2 / 5
মুগা ৰঙৰ এই ড্ৰেছটোৰ সতেজ দেখা গৈছে অভিনেত্ৰীগৰাকীক। গৰমৰ দিনত আপুনিও এই পোছাক পিন্ধিব পাৰে।

3 / 5
গুলোপীয়া স্কাৰ্টৰ লগত বগা স্লিভলেচ টপটোত ধুনীয়া দেখিছে আইমীক। গৰমৰ দিনত বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ যাবলৈ এয়া উত্তম।

4 / 5
বিশেষকৈ গৰম দিনত কপাহী কাপোৰৰ পোছাক বেছি উত্তম। গৰমৰ পৰা পৰিত্ৰান পাবলৈ আইমী বৰুৱাৰ এই পোছাক যথেষ্ঠ আৰামদায়ক।

5 / 5