5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assamese Blockbuster Movie Bidurbhai: ‘বিদুৰভাই’ৰ অভিলেখ সৃষ্টি, বক্স অফিচত সৰ্বমুঠ কিমান উপাৰ্জন কৰিলে জানক

Bidurbhai Box Office Collection: ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল‘বিদুৰভাই’। ‘বিদুৰভাই’ ছবিখন নোচোৱা মানুহ হয়টো কমেই আছে। প্ৰায় সকলো লোকেই উপভোগ কৰিছে বহু চৰ্চিত ছবিখন।

barasha-misra
Barasha Misra | Updated On: 15 Aug 2024 11:16 AM
ৱেব চিৰিজৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈকে বিদুৰভাইৰ যাত্ৰা। এতিয়া সকলোৰে মুখে মুখে মাথোঁ বিদুৰভাই ছবিখনৰ কথা।

1 / 5
শ্ৰীৰঘুপতিৰ জনপ্ৰিয়তাৰ পিছত যেন অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰা 'বিদুৰভাই' ৱেব চিৰিজ খনেও দৰ্শকৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছিল।

2 / 5
Rootstock Entertainments ৰ বেনাৰত সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

3 / 5
বহু অসমীয়া ছবিৰ অভিলেখ ভংগ কৰিছে। ‘বিদুৰভাই’ৰ ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে আৰু প্ৰযোজনাত আছে অৰ্ণৱ হাজৰিকা ৷

4 / 5
১৯ জুলাইত ৰাজ্যৰ ১৭৯টা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল ছবিখন। এতিয়া BLOCKBUSTER তালিকাত অন্তৰ্ভুক্ত ‘বিদুৰভাই’। Box Officeত সৰ্বমুঠ ১০.১০ কোটি টকা উপাৰ্জন কৰিলে ছবিখনে।

5 / 5
Follow Us
Latest Stories