Assamese Blockbuster Movie Bidurbhai: ‘বিদুৰভাই’ৰ অভিলেখ সৃষ্টি, বক্স অফিচত সৰ্বমুঠ কিমান উপাৰ্জন কৰিলে জানক
Bidurbhai Box Office Collection: ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল‘বিদুৰভাই’। ‘বিদুৰভাই’ ছবিখন নোচোৱা মানুহ হয়টো কমেই আছে। প্ৰায় সকলো লোকেই উপভোগ কৰিছে বহু চৰ্চিত ছবিখন।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5