শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোন হ’ব কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়ৰ ৩৯০০ কোটি টকাৰ কোম্পানীৰ স্বত্বাধিকাৰী?

সঞ্জয় কাপুৰে ১২ জুনত পৃথিৱীৰ পৰা বিদায় লৈছিল। প’ল’ খেলি থাকোঁতে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল তেওঁ। এতিয়া তেওঁৰ মৃত্যুৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে ভৱিষ্যতে তেওঁৰ কোম্পানীটোৰ দায়িত্ব কোনে ল’ব।

trishna-kalita
Trishna Kalita | Updated On: 15 Jun 2025 21:08 PM
১২ জুনৰ নিশাই খবৰ আহিল যে কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা সোনা কম্পষ্টাৰৰ স্বত্বাধিকাৰী সঞ্জয় কাপুৰ আৰু নাই। প’ল’ খেলি থকা সময়তে হাৰ্ট এটেকত  আক্ৰান্ত হৈ পৃথিৱীৰ পৰা বিদায় লৈছিল সঞ্জয়ে।

1 / 7
এই খবৰ ওলোৱাৰ পিছত সকলোৱে যথেষ্ট আচৰিত হৈছিল। সঞ্জয়ে গঢ়িছিল সম্পত্তিৰ পাহাৰ। সেয়ে মৃত্যুৰ পিছত এই প্ৰশ্নটো সাধাৰণ মানুহৰ মনত উদয় হৈছে যে তেওঁৰ ইমান ডাঙৰ কোম্পানী এতিয়া কোনে চোৱাচিতা কৰিব।

2 / 7
ভাৰত, আমেৰিকা আৰু চীনৰ দৰে দেশৰ বৈদ্যুতিক বাহনৰ উপাদান যোগানকাৰী সোনা কম্পষ্টাৰ। ২০২৪ চনৰ প্ৰতিবেদন অনুসৰি এই কোম্পানীটোৰ মূল্য ৪.৭ বিলিয়ন অৰ্থাৎ ৩৯০০ কোটি টকা।

3 / 7
বলীউড লাইফৰ প্ৰতিবেদন অনুসৰি সঞ্জয়ৰ বিদায়ৰ পিছত এতিয়া তেওঁৰ ভগ্নীসকলে এই কোম্পানীটো চোৱাচিতা কৰাৰ সম্ভাৱনা বেছি। সঞ্জয়ৰ দুগৰাকী ভগ্নী আছে আৰু দুয়োজনেই নিজৰ কেৰিয়াৰত অতি সফল।

4 / 7
সঞ্জয়ৰ এগৰাকী ভগ্নী সুপৰ্ণা কাপুৰ মটোৱানে এখন আলোচনীৰ সম্পাদক আৰু আনগৰাকী ভগ্নী মন্দিৰা কাপুৰ সোণা মন্দিৰা প্ৰাইভেট লিমিটেডৰ মালিক। মন্দিৰাৰ কোম্পানীটো অটো কম্পোনেণ্টৰ বাবে পৰিচিত।

5 / 7
এসময়ত ‘সোনা’ ব্ৰেণ্ড নাম ব্যৱহাৰক লৈ সঞ্জয় আৰু মন্দিৰাৰ মাজত আইনী বিতৰ্ক হৈছিল। আচলতে সোনা ব্ৰেণ্ড আৰম্ভ কৰিছিল তেওঁৰ প্ৰয়াত পিতৃ ডাঃ সুৰিন্দৰ কাপুৰে।

6 / 7
সঞ্জয়ৰ কথা ক’লে ব্যৱসায়ৰ বাহিৰেও তেওঁ ব্যক্তিগত জীৱনৰ বাবে শিৰোনামত আছিল। তেওঁৰ তিনিবাৰকৈ বিবাহ কৰাইছিল, তাৰ ভিতৰত তেওঁৰ দ্বিতীয় বিবাহ আছিল কৰিশ্মা কাপুৰৰ সৈতে। ২০১৬ চনত দুয়োৰে বিচ্ছেদ ঘটে।

7 / 7