শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ফেশ্বনেবল লুকত অভিনেত্ৰী সোণাক্ষী সিনহা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

বলীউদৰ মোহময়ী অভিনেত্ৰীৰ ভিতৰত অন্য়তম সোণাক্ষী সিনহা। প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাত থাকে অভিনেত্ৰীগৰাকী। সামাজিক মাধ্যমত আছে বহু হাজাৰ অনুৰাগী।

Barasha Misra
Barasha Misra | Edited By: Azeem Tamboli | Updated On: 12 Jul 2024 17:02 PM
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্যতম সোণাক্ষী সিনহা।

1 / 5
২৩ জুনত বিশেষ বিবাহ আইনৰ অধীনত সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ হয়।

2 / 5
নিজৰ ফেশ্বনেবল লুকৰ বাবে সদায় চৰ্চাত থাকে সোণাক্ষী।

3 / 5
সোণাক্ষীৰ অভিনয়ে নহয় অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ ব্যৱহাৰো যথেষ্ঠ পছন্দ কৰে।

4 / 5
ক'লা  কাপোৰযোৰত সোণাক্ষীক আকৰ্ষণীয় দেখা গৈছে। অফিচৰ বাবে এই লুক আপুনিও অনুসৰন কৰিব পাৰে।

5 / 5