অভিনেত্ৰী সীমা বিশ্বাসলৈ ‘আইদেউ সন্দিকৈ বঁটা’ ২০২৪…
অভিনেত্ৰী সীমা বিশ্বাসলৈ আইদেউ সন্দিকৈ বঁটা ২০২৪। অসমৰ প্ৰথম অসমীয়া বোলছবি জয়মতীত অভিনয় কৰা আইদেউ সন্দিকৈৰ স্মৃতিত প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত এই বঁটাৰ বাবে সীমা বিশ্বাসৰ নাম নিৰ্বাচন কৰা হৈছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5