দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ৩ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ৩ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৩ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- আজি ৩ ছেপ্টেম্বৰ দিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত কৰা হয় এই ক্ৰীড়া দিৱস৷ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰি অহা হৈছে। ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰত জন্ম ভোগেশ্বৰ বৰুৱাৰ।
- ১৭৮৩ চনত পেৰিছ সন্ধি স্বাক্ষৰিত হয়, যাৰ ফলত আমেৰিকাৰ বিপ্লৱী যুদ্ধৰ আনুষ্ঠানিকভাৱে অন্ত পৰে আৰু আমেৰিকাক স্বাধীনতা প্ৰদান কৰা হয়।
- ১৯৩৯ চনত ব্ৰিটেইন আৰু ফ্ৰান্সে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হয়।
- ১৯৩৯ চনত লণ্ডনত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। লণ্ডনৰ গ্ৰেট ফায়াৰ নামৰ এই অগ্নিকাণ্ড মধ্য লণ্ডনত বিয়পি পৰিছিল।
- ১৯৭১ চনত কাটাৰে দশক দশক ধৰি ব্ৰিটিছ শাসনৰ অন্তত স্বাধীনতা ঘোষণা লাভ কৰে।
- আমেৰিকাৰ প্ৰথম সফল বাতৰি কাকত নিউয়ৰ্ক ছান ১৮৩৩ চনত বেঞ্জামিন এইচ ডেই আৰম্ভ কৰিছিল।