শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দিনটোৰ ইতিহাস

দিনটোৰ ইতিহাস

দিনটোৰ ইতিহাসত আমি প্ৰতিটো দিনৰ মুখ্য ঘটনাৱলীৰ অৱলোকন আগবঢ়াও । অতীতত এটা দিনৰ গুৰুত্ব, সেই দিনটোত কি কি ঘটিছিল আদি বিষয় সামৰি এই প্ৰতিবেদন যুগুত কৰা হয় ।

আজি ৰাষ্ট্ৰীয় যুৱ দিৱস, চাওঁ আহক দিনটোৰ ইতিহাস…

বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত শক্তিশালী আৰু স্পষ্টবাদী ভাষণৰ বাবে জনপ্ৰিয় হৈ পৰিছিল স্বামী বিবেকানন্দ, যাৰ বাবে তেওঁৰ জন্মদিনটো দেশজুৰি যুৱ দিৱস হিচাপে পালন কৰা হয়।

আজি ১০ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস

আজি ১০ জানুৱাৰী।আজিৰ দিনটোতে যোগাযোগ ব্যৱস্থাৰ নতুন অধ্যায়ৰ আৰম্ভণি। কিয়নো এই দিনটোতে লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি হয়। ইয়াৰ লগতে চাওক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? দিনটোৰ আৰম্ভণিতে চাওঁ আহক।

জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰ ঘটনাৰ পৰা নিক’লা টেছলাৰ মৃত্যুলৈ, চাওক ৭ জানুৱাৰীৰ দিনটোৰ ইতিহাস

আজি ৭ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো বিশেষভাৱে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। চাওঁ আহক দিনটোৰ ইতিহাস।

আজিৰ দিনটোতে ইন্দিৰা গান্ধীৰ হত্যাকাৰীক ফাঁচী দিয়া হয়, চাওক দিনটোৰ ইতিহাস

আজি ৬ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবিদ্ধ হৈ আছে। চাওঁ আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

আজি দিনটোতে লুইছ ব্ৰেইল, ছাৰ আইজাক নিউটনৰ জন্ম, চাওঁ আহক দিনটোৰ ইতিহাস…

আজি ৪ জানুৱাৰী। আজিৰ দিনটোতে লুইছ ব্ৰেইল, ছাৰ আইজাক নিউটনৰ জন্ম। ইয়াৰ লগতে এই দিনটোত ঘটা অন্যান্য ঘটনা পৰিঘটনা চাওঁ আহক।

ক’ত কি ঘটিছিল ? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

আজি ২ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯৫৪ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰতিষ্ঠা কৰা হয়। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি বছৰৰ প্ৰথমটো দিন, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক এই দিনটোত ঘটা ঘটনা পৰিঘটনা

আজি ১ জানুৱাৰী। বছৰৰ প্ৰথমটো দিন। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক।

বছৰটোৰ শেষৰ দিনটোত ক’ত কি ঘটিছিল ? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক

বহু ঘটনা পৰিঘটনাৰ বাবেআজি ৩১ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। বছৰটোৰ এই শেষৰ দিনটো জন্মগ্ৰহণ কৰিছিল বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি দিনটোত ক’ত কি ঘটিছিল? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ৩০ ডিচেম্বৰৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৩০ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

আজি ২৮ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে এই দিনটোৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস

আজি ২৭ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে প্ৰতিমা বৰুৱা পাণ্ডেয়ে ইহলীলা সম্বৰণ কৰে। চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

আজি ২৬ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ২০০৪ চনৰ আজিৰ দিনটোতে ছুনামীয়ে ভাৰতকে ধৰি বহু দেশত বিধ্বংসী ৰূপ ধাৰণ কৰে। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি সুশাসন দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস…

আজি ২৫ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজি সুশাসন দিৱস। চাওঁ আহক দিনটোৰ ইতিহাস।

আজিৰ দিনটোতে কনকলতা বৰুৱাৰ জন্ম, ইতিহাসৰ পাত লুটিয়াই চাওক দিনটোৰ ইতিহাস…

আজি ২২ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটো কি কি ঘটিছিল চাওঁ আহক।