শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৮ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 18 Sep 2025 09:43 AM

আজি ১৮ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৮ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১১৮০ চনত ফিলিপ অগাষ্টাছ ফ্ৰান্সৰ ৰজা হয়।
  2. ১৮০৩ চনত ব্ৰিটিছে ওড়িশাৰ পুৰী দখল কৰে।
  3. ১৮০৯ চনত লণ্ডনত ৰয়েল অপেৰা হাউচ মুকলি কৰা হয়।
  4. ১৮৫১ চনত নিউয়ৰ্ক টাইমছ কাকত প্ৰকাশ আৰম্ভ হয়।
  5. ১৯২২ চনত হাংগেৰীয়ে লীগ অৱ নেচনছত যোগদান কৰে।
  6. ১৯৬৭ চনত নাগালেণ্ডে ইংৰাজীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰে।
  7. ১৯৮৬ চনত মুম্বাইৰ পৰা মহিলা পাইলটে প্ৰথমবাৰৰ বাবে জেট বিমান উৰুৱাইছিল।
  8. ২০০৩ চনত ঢাকা-আগৰতলা বাছ সেৱা আৰম্ভ হয়।