শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৫ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 25 Aug 2025 10:11 AM

আজি ২৫ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৫ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৩৫১ চনত চুলতান ফিৰোজ শ্বাহ তুগলক তৃতীয়ক ৰাজমুকুট পিন্ধোৱা হয়।

১৯১৬ চনত টটেনবাৰ্গ যুদ্ধত ৰাছিয়াই জাৰ্মানীক পৰাস্ত কৰে।

ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত ৭ জন ভাৰতীয়ই ১৯১৭ চনত প্ৰথমবাৰৰ বাবে কিংছ কমিচন লাভ কৰে।

১৯৪০ চনত লিথুৱেনিয়া, লাটভিয়া আৰু ইষ্টোনিয়াই ছোভিয়েট ইউনিয়নত যোগদান কৰে।

১৯৬৩ চনত ছোভিয়েট ইউনিয়নৰ নেতা জোচেফ ষ্টেলিনৰ ষোল্লজন বিৰোধীক ফাঁচী দিয়া হৈছিল।

১৯৮০ চনত জিম্বাবুৱে ৰাষ্ট্ৰসংঘত যোগদান কৰে।

১৯৮৮ চনত যুদ্ধৰ পিছত ইৰাণ আৰু ইৰাকৰ মাজত প্ৰত্যক্ষ আলোচনাৰ এটা পৰ্যায় আৰম্ভ হয়।

১৯৯৭ চনত ইৰাণৰ প্ৰথম মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি লাভ কৰে মাছৌমেহ এবটেকাৰ

শ্ৰীলংকা চৰকাৰে ২০১১ চনত দেশত ঘোষণা কৰা জৰুৰীকালীন অৱস্থা ৩০ বছৰৰ পাছত প্ৰত্যাহাৰ কৰে।

চন্দ্ৰত ভৰি দিয়া বিশ্বৰ প্ৰথম মহাকাশচাৰী নীল আৰ্মষ্ট্ৰংৰ ২০১২ চনত মৃত্যু হয়।