শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হয়। আজিৰ দিনটোতে ইৰাণত মহম্মদ খাটামীয়ে পুনৰ জয়লাভ কৰে, বেনজিৰ ভুট্টোক তিনি বছৰৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 09 Jun 2025 07:30 AM

আজি ৯ জুনৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হয়। আজিৰ দিনটোতে ইৰাণত মহম্মদ খাটামীয়ে পুনৰ জয়লাভ কৰে, বেনজিৰ ভুট্টোক তিনি বছৰৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৯৬৪ আজিৰ দিনটোতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হয়।
  2. ২০০১ চনৰ আজিৰ দিনটোতে ইৰাণত মহম্মদ খাটামীয়ে পুনৰ জয়লাভ কৰে, বেনজিৰ ভুট্টোক তিনি বছৰৰ কাৰাদণ্ড বিহা হয়।
  3. ২০০৬ চনৰ আজিৰ দিনটোতে মিউনিখত বিশ্বকাপ ফুটবলৰ ৰঙীন আৰম্ভণি।
  4. ১৯৫৯ চনৰ আজিৰ দিনটোতে ডাঃ কিৰণ মাৰ্টিনৰ জন্ম হয় । তেওঁ এগৰাকী শিশু চিকিৎসক আৰু সমাজকৰ্মী।
  5. ১৯৪৯ চনৰ আজিৰ দিনটোতে কিৰণ বেদীৰ জন্ম হয়,তেওঁ আছিল ভাৰতৰ প্ৰথম মহিলা আই পি এছ।
  6. ১৯০০ চনৰ আজিৰ দিনটোতে বীৰছা মুণ্ডাৰ মৃত্যু হয় । তেওঁ এগৰাকী জনজাতীয় নেতা আৰু লোকনায়ক।