শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাত্ৰ ৪৫০ টকাত লাভ কৰক এল পি জি চিলিণ্ডাৰ, ৰক্ষাবন্ধনৰ উপলক্ষে ডাঙৰ উপহাৰ চৰকাৰৰ

LPG Cylinder Price : ৰক্ষাবন্ধনৰ উপলক্ষে ভাৰতৰে এখন ৰাজ্যৰ চৰকাৰে ডাঙৰ উপহাৰৰ কথা ঘোষণা কৰিছে । এই উপহাৰে প্ৰতি পৰিয়ালতে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। আজি দিনত প্ৰত্যেক গৰাকী গৃহিণীয়ে ৰন্ধন গেছৰ ওপৰতে নিৰ্ভৰ কৰে । খৰিৰ জুইত ৰন্ধা-বঢ়া কৰা পৰম্পৰা আমাৰ সমাজত প্ৰায়ে নোহোৱাই হৈছে । গৃহিণীসকলৰ সুবিধাৰ্থে তথা এটা পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত অৰ্থ কিছু ৰাহি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাত্ৰ ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ উপলব্ধ হ’ব বুলি ঘোষণা কৰিছে চৰকাৰে।

manas-borah
Manas Borah | Published: 13 Aug 2024 21:08 PM
ৰক্ষাবন্ধনৰ উপলক্ষে ভাৰতৰে এখন ৰাজ্যৰ চৰকাৰে ডাঙৰ উপহাৰৰ কথা ঘোষণা কৰিছে । এই উপহাৰে প্ৰতি পৰিয়ালতে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ।

1 / 8
আজি দিনত প্ৰত্যেক গৰাকী গৃহিণীয়ে ৰন্ধন গেছৰ ওপৰতে নিৰ্ভৰ কৰে । খৰিৰ জুইত ৰন্ধা-বঢ়া কৰা পৰম্পৰা আমাৰ সমাজত প্ৰায়ে নোহোৱাই হৈছে ।

2 / 8
গৃহিণীসকলৰ সুবিধাৰ্থে তথা এটা পৰিয়াল পৰিচালনাত অৰ্থ কিছু ৰাহি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাত্ৰ ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ উপলব্ধ হ’ব বুলি ঘোষণা কৰিছে চৰকাৰে।

3 / 8
ৰক্ষাবন্ধনৰ উপলক্ষে এই ডাঙৰ ঘোষণা কৰে মধ্য প্ৰদেশ চৰকাৰে । মুখ্যমন্ত্ৰী মোহন যাদৱে ঘোষণা কৰিছে যে, লাডলী বেহনা যোজনাৰ অধীনত মাত্ৰ ৪৫০ টকাত ৰন্ধন গেছ উপলব্ধ হ’ব।

4 / 8
জানিব পৰা মতে, মুঠ ১.২৯ কোটি মহিলাই এই সুবিধা লাভ কৰিব। ইয়াৰ বাবে চৰকাৰে ১৬০ কোটি টকাৰ সুকীয়া বাজেট আবণ্টন দিছে।

5 / 8
ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, লাডলী বেহনা যোজনাৰ অধীনত এল পি জি গেছক ৰাজসাহায্য প্ৰদান কৰা হ’ব।

6 / 8
৮৪৮ টকাৰ এল পি জি চিলিণ্ডাৰৰ ওপৰত ৩৯৮ টকাৰ ৰাজসাহায্য দিয়া হ’ব। ফলত ১৪.২ কেজি ৰন্ধন গেছৰ মূল্য হ’ব মাত্ৰ ৪৫০ টকা।

7 / 8
ইয়াৰ পূৰ্বে ২৩ জুলাইত মুখ্যমন্ত্ৰী মোহন যাদৱে লাডলী বেহনা যোজনাৰ অধীনত ২৫০ টকাৰ অতিৰিক্ত ৰাজসাহায্য ঘোষণা কৰিছিল। তেওঁ কয় যে, এই ধন ১ আগষ্টত গ্ৰাহকৰ একাউণ্টত সোমাব।

8 / 8