শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি দেওবাৰৰ দিনটোত গুৱাহাটী সোণ-ৰূপৰ মূল্য কিমান ? চাওক

আজিৰ দিনটোত সোণ-ৰূপৰ মূল্যত পৰিৱৰ্তন হোৱা নাই। তথাপিও দেওবাৰৰ বন্ধৰ দিনটোত গুৱাহাটীত ইয়াৰ মূল্য কিমান পৰীক্ষা কৰক।

Manas Borah
Manas Borah | Updated On: 23 Nov 2025 10:16 AM
আজি ২৩ নৱেম্বৰ, দেওবাৰ। আজি বন্ধ দিনটো সোণ-ৰূপৰ মূল্যত পৰিৱৰ্তন দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,৫৮৪ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১১,৫৩৫ টকা। ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৪৩৮ টকা।

1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি,  আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,২৫,৮৪০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১২,৫৮,৪০০ টকা।

2 / 5
গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,৩৫০ টকা। একেদৰে ২২ কেৰেটৰ ১০০ গ্ৰামৰ মূল্য ১১,৫৩,৫০০ টকা।

3 / 5
ইফালে, ১৮ কেৰেট সোণৰ মূল্য যদি চোৱা যায়, তেন্তে দেখা পাব যে, ১০ গ্ৰাম সোণৰ মূল্য ৯৪,৩৮০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য ৯,৪৩,৮০০ টকা।

4 / 5
ৰূপৰ মূল্য যদি চোৱা যায়, তেন্তে কালিৰ দিনটোত প্ৰতি কেজি ৰূপৰ মূল্যত ৩০০০ টকা বৃদ্ধি পোৱা দেখা গৈছিল। আজিৰ দিনটোত ১০০ গ্ৰাম ৰূপৰ মূল্য ১৬,৪০০ টকা । ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,৬৪,০০০ টকা।

5 / 5