কেতিয়াবা ৰঙা, কেতিয়াবা নীলা শাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰত্যক বাজেটতে থাকে এই বিশেষত্ব…
নতুন চৰকাৰ গঠনৰ পাছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৩ জুলাইত মোদী ৩.০ৰ প্ৰথমখন বাজেট দাখিল কৰিব। ২০১৯ চনৰ পৰা এতিয়ালৈকে বাজেট ভাষণত বিভিন্ন ৰঙৰ শাৰী পিন্ধিছে। কিন্তু ইয়াৰ বিশেষত্ব কি?

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6