
মহাশিৱৰাত্ৰি
ফাগুন মাহত শিৱৰাত্ৰি উদযাপন কৰা হয় । কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই মহাদেৱে হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল । স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদিত শিৱৰাত্ৰিৰ উল্লেখ আছে ।
ৰাজ্যত অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে জানো আহক, য’ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি
মহাশিৱৰাত্ৰি উপলক্ষে বুধবাৰৰ দিনটোত ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত পূজা কৰা হয়। হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ ভক্তই লৈছে সেৱা। কিছুমান মন্দিৰত দুদিন আৰু কিছুমানত চাৰি দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি।
- Barasha Misra
- Updated on: Feb 27, 2025
- 14:12 pm
Mahashivratri 2025: যদি পাইছে এই সংকেত, তেন্তে বুজিব মহাশিৱৰাত্ৰিৰ পূজা সফল!
Mahashivratri 2025: আজি সমগ্ৰ দেশে মহাশিৱৰাত্ৰি উদযাপন কৰিছে। সকলোৱে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ব্ৰত আৰু পূজা কৰিছে। ভগৱান শিৱ সুখী হ’লে কিছুমান সংকেত আমি লাভ কৰোঁ। আজি জানো আহক এই বিষয়ে সবিশেষ।
- Barasha Misra
- Updated on: Feb 26, 2025
- 23:04 pm
Maha Shivratri 2025: আজি মহাশিৱৰাত্ৰি, প্ৰতিটো শিৱ মন্দিৰত ভক্তৰ ভিৰ
আজি মহাশিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ শ্ৰীচৰণত আশিষ ল'বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে পূজা । বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে চলিছে মহাশিৱৰাত্ৰিৰ মহা আয়োজন ।
- Barasha Misra
- Updated on: Feb 26, 2025
- 21:26 pm
মহাশিৱৰাত্ৰিত ভাঙৰ নিচা কেনেকৈ কমাব? জানক এই পদ্ধতি
মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক পূজা কৰা হয়। এই দিনটোত শিৱক বেলপাত আৰু ভাঙৰ দৰে সামগ্ৰী প্ৰদান কৰে। কেতিয়াবা অধিক ভাঙৰ প্ৰসাদ খালে মানুহৰ নিচা বাঢ়িব পাৰে। কিন্তু এই সহজ পদ্ধতিৰে নিচা আঁতৰাব পাৰি।
- Barasha Misra
- Updated on: Feb 26, 2025
- 20:56 pm
Mahashivratri 2025: নামনি অসমৰ ঐতিহ্যমণ্ডিত শৈৱপীঠ পৰিহৰেশ্বৰ দেৱালয়, এই দেৱালয়ৰ ইতিবৃত্ত জানো আহক
শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে।
- Barasha Misra
- Updated on: Feb 26, 2025
- 19:59 pm
Mahashivratri 2025: অসমৰ কেইটামান উল্লেখযোগ্য শিৱ মন্দিৰ, এই মন্দিৰত সেৱা ল’লে পূৰ্ণ হয় মনৰ আশা!
আজি মহাশিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ শ্ৰীচৰণত আশিষ ল'বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে পূজা । বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে চলিছে মহাশিৱৰাত্ৰিৰ মহা আয়োজন ।
- Barasha Misra
- Updated on: Feb 26, 2025
- 17:39 pm
Mahashivratri 2025: মহাশিৱৰাত্ৰিত মহাদেৱৰ আশিস বিচাৰি যাব পাৰে গুৱাহাটীৰ আশে-পাশে থকা এইসমূহ মন্দিৰলৈ
আজি পালন কৰা হৈছে মহাশিৱৰাত্ৰি। বিভিন্ন শিৱমন্দিৰ, দেৱালয়ত চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ শিৱমন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ লানী নিছিগা শাৰী দেখা গৈছে। কোৱা হয় যে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ আজিৰ দিনটোতে হৈছিল, সেয়েহে কোনো কোনো ঠাইত মহাদেৱৰ বিবাহ শোভাযাত্ৰা উলিওৱাৰ পৰম্পৰা আছে।
- Trishna Kalita
- Updated on: Feb 26, 2025
- 12:15 pm
Mahashivratri 2025 Wishes : মহাশিৱৰাত্ৰিত এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক শুভেচ্ছামূলক বাৰ্তা…
২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ পালন কৰা হৈছে। এই দিনটোত ভক্তসকলে শিৱ আৰু মাতৃ পাৰ্বতীক ৰীতি-নীতিৰে পূজা কৰে। এই পবিত্ৰ উৎসৱত আপোনালোকে এই ভক্তি বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ বন্ধু-বান্ধৱী, পৰিয়ালৰ সদস্য আৰু শিৱভক্তলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাব পাৰে।
- Trishna Kalita
- Updated on: Feb 26, 2025
- 09:53 am
Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ দিনা কৰক এই কাম! শিৱ হ’ব সন্তুষ্ট, পূৰণ হ’ব সকলো মনৰ কামনা…
Mahashivratri 2025: আজি মহাশিৱৰাত্ৰি। এই দিনটোত ভগৱান শিৱক পূজা কৰিলে সুফল পোৱা যায় বুলি কোৱা হয়। ইয়াৰোপৰি কিছুমান বিশেষ বস্তু আছে যি শিৱক অৰ্পন কৰিলে মনৰ কামনা পূৰণ হয় ।
- Barasha Sarma
- Updated on: Feb 26, 2025
- 08:55 am
Mahashivratri 2025: আজি মহাশিৱৰাত্ৰি, ভোলানাথৰ পূজাৰ শুভ সময়, বিধি, মন্ত্ৰ, মহত্ব, সকলো জানক
Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ ভক্তসকলে উপবাস ৰাখে। আজিৰ দিনটোত ভগৱান শিৱ আৰু মাতা পাৰ্বতীক ৰীতি-নীতিৰে পূজা কৰা হয়। কোৱা হয় যে এই দিনটোত ভক্তিভাৱেৰে সকলো নিয়ম মনত ৰাখি উপবাস পালন কৰি মানুহে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদৰ লগতে জীৱনৰ সকলো কামতে সফলতা লাভ কৰে।
- Trishna Kalita
- Updated on: Feb 26, 2025
- 09:53 am
Mahashivratri 2025: শিৱৰাত্ৰিৰ দিনা কি কি কৰিব লাগে আৰু কি নালাগে, জানক সকলো…
Mahashivratri 2025: কাইলে মহাশিৱৰাত্ৰি। প্ৰতিবছৰৰ ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। কোৱা হয়, এই দিনটোত শিৱক পূজা কৰিলে মনৰ আশা পূৰণ হয়।
- Barasha Sarma
- Updated on: Feb 25, 2025
- 17:07 pm
Maha Shivratri Songs: মহাশিৱৰাত্ৰি উপলক্ষে উপভোগ কৰক কেইটামান বিশেষ জনপ্ৰিয় গীত
ধৰ্ম আৰু বিশ্বাসে সদায় হিন্দী ছবি আৰু গীতৰ বিষয়বস্তুৰ পথ প্ৰদৰ্শন কৰাৰ লগতে ভগৱান শিৱ ইয়াৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। আজি আমি এনে ১০টা গীতৰ প্লেলিষ্ট লৈ আহিছো যাৰ সৈতে আপুনি মহাশিৱৰাত্ৰি উদযাপন কৰিব পাৰিব। লগতে মহাদেৱৰ ভক্তিত বিলীন হ'ব পাৰিব।
- Trishna Kalita
- Updated on: Feb 25, 2025
- 14:45 pm
Mahashivratri 2025: মহাশিৱৰাত্ৰিত কেনেদৰে ৰাখিব লাগে উপবাস? জানক সকলো নিয়ম…
Mahashivratri 2025 Date and Time: হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ দিনটোৰ বিশেষ গুৰুত্ব আছে। এই দিনটোত ভগৱান শিৱক পূজা কৰাৰ লগতে উপবাস কৰা হয়। মহাশিৱৰাত্ৰিৰ উপবাসৰ নিয়ম সম্পৰ্কে হিন্দু ধৰ্মগ্ৰন্থত ব্যাখ্যা কৰা হৈছে। মহাশিৱৰাত্ৰিৰ উপবাসৰ সময়ত এই নিয়ম মানি চলাটো প্ৰয়োজনীয়। যদি উপবাসৰ নিয়ম মানি নচলে তেন্তে ইয়াৰ সম্পূৰ্ণ ফলাফল পোৱা নাযায়।
- Trishna Kalita
- Updated on: Feb 26, 2025
- 12:06 pm
বাদুলী খোৰোং: কাৰ অভিশাপত বাদুলী হৈ শিলত ওলমি আছে লাখ লাখ নাৰী ?
এটা বিশেষ গুহা, যাক লৈ আছে অনেক জনবিশ্বাস । লাখ লাখ অভিশপ্ত নাৰীয়ে বাদুলী ৰূপে ইয়াত বাস কৰে বুলি বিশ্বস কৰে মানুহে । য;ত আছে শিৱ-পাৰ্ৱতীৰ শৈল মূৰ্তি । আহক জানো বাদুলী খোৰোঙৰ বিষয়ে-
- Raj Saikia
- Updated on: Feb 24, 2025
- 15:41 pm
Mahashivratri 2025: মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় জানেনে? জানক ইয়াৰ আঁৰৰ ৰহস্য…
Mahashivratri 2025: মাজত মাত্ৰ এটা দিন বাকী। ২৬ ফেব্ৰুৱাৰীৰ নিশা সমূহ ধৰ্মপ্ৰাণ ৰাইজে উদযাপন কৰিব মহাশিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহত মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় জানেনে? ইয়াৰ আঁৰত আছ এক বিশেষ কাহিনী।
- Barasha Sarma
- Updated on: Feb 24, 2025
- 15:15 pm