নৱবৰ্ষত ই-কমাৰ্চ প্লেটফৰ্মত গ্ৰাহকৰ বাবে আকৰ্ষণীয় ৰেহাই, ১০ হাজাৰতকৈ কম মূল্যত ক্ৰয় কৰক এই কেইটা স্মাৰ্টফোন…
১০ হাজাৰ টকাৰ কম মূল্যত কোনবোৰ স্মাৰ্টফোন কিনিব পাৰিব চাওঁ আহক । উল্লেখ্য় যে, এই স্মাৰ্টফোনবোৰত আপুনি ইএমআইৰ সুবিধাও লাভ কৰিব ।
![নৱবৰ্ষত ই-কমাৰ্চ প্লেটফৰ্মত গ্ৰাহকৰ বাবে আকৰ্ষণীয় ৰেহাই, ১০ হাজাৰতকৈ কম মূল্যত ক্ৰয় কৰক এই কেইটা স্মাৰ্টফোন… নৱবৰ্ষত ই-কমাৰ্চ প্লেটফৰ্মত গ্ৰাহকৰ বাবে আকৰ্ষণীয় ৰেহাই, ১০ হাজাৰতকৈ কম মূল্যত ক্ৰয় কৰক এই কেইটা স্মাৰ্টফোন…](https://images.assamtv9.com/uploads/2025/01/Smartphone-17.jpg?w=1280)
ই-কমাৰ্চ প্লেটফৰ্মসমূহে নৱবৰ্ষত গ্ৰাহকসকলক বহু সামগ্ৰীৰ ওপৰত আকৰ্ষণীয় ৰেহাইৰ সুবিধা আগবঢ়াইছে। আমাজন হওক বা ফ্লিপকাৰ্ট, আপুনি সস্তা দামত স্মাৰ্টফোন ক্ৰয় কৰিব পাৰিব । ১০ হাজাৰ টকাৰ কম মূল্যত কোনবোৰ স্মাৰ্টফোন কিনিব পাৰিব চাওঁ আহক । উল্লেখ্য় যে, এই স্মাৰ্টফোনবোৰত আপুনি ইএমআইৰ সুবিধাও লাভ কৰিব ।
POCO C61
যদি আপোনাৰ বাজেট ১০ হাজাৰ টকা বা তাতকৈ কম হয় তেন্তে চিন্তা নকৰিব। আপুনি এই Poco স্মাৰ্টফোনটো মাত্ৰ ৫,৯৯৯ টকাত ৩৩ শতাংশ ৰেহাইৰ সৈতে লাভ কৰিছে। ইচ্ছা কৰিলে বিনামূলীয়া ইএমআইতো ফোনটো কিনিব পাৰিব। ইএমআইৰ পৰিকল্পনা ২৯১ টকাৰ পৰা আৰম্ভ হয়। এই ফোনত আপুনি ডুৱেল কেমেৰা ছেটআপ পাব। য’ত প্ৰাইমেৰী কেমেৰা 8 মেগাপিক্সেলৰ। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 5 মেগাপিক্সেলৰ কেমেৰা লাভ কৰিব।
Samsung Galaxy M05
ডুৱেল কেমেৰা ছেটআপৰ সৈতে অহা এই ফোনটোত আপুনি 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা পাব। 5000mAh বেটাৰী আৰু 25W ফাষ্ট চাৰ্জিঙৰ সমৰ্থনও উপলব্ধ। আপুনি এই ফোনটো আমাজনত ৬,৯৯৯ টকাৰ ৰেহাইত ক্ৰয় কৰাৰ সুবিধা লাভ কৰিছে।
POCO C75
২২ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৮,৪৯৯ টকাত আপুনি এই Poco স্মাৰ্টফোনটো ক্ৰয় কৰাৰ সুবিধা লাভ কৰিছে । মাহিলী ২৯৯ টকা খৰচ কৰি এই ফোনটো ক্ৰয় কৰিব পাৰিব। প্লেটফৰ্মটোৱে আপোনাক বিনামূলীয়া ইএমআইৰ বিকল্পও দিছে। আপুনি এই ফোনটোৰ তিনিটা ৰঙৰ বিকল্প লাভ কৰিছে। এই ফোনত আপুনি 5160 mAh বেটাৰী লাভ কৰিব । ফটো-ভিডিঅ’ৰ বাবে পিছফালে থকা প্ৰাইমেৰী কেমেৰাটো 50 মেগাপিক্সেল।
MOTOROLA g35 5G
২০ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৯,৯৯৯ টকাত আপুনি এই মটৰ’লা ফোনটো ফ্লিপকাৰ্টত ক্ৰয় কৰিব পাৰিব । আপুনি এই ফোনটো বিনামূলীয়া ইএমআইতো কিনিব পাৰে।
![বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ ৰূপত ভ্ৰমণপিয়াসীলৈ অভিনৱ মঞ্চ টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেশ্যনৰ বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ ৰূপত ভ্ৰমণপিয়াসীলৈ অভিনৱ মঞ্চ টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেশ্যনৰ...](https://images.assamtv9.com/uploads/2025/01/World-Travel-and-Tourism-Festival-1.jpg?w=400)
![টিভি৯ৰ উদ্যোগত বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱঃ পৰ্যটন উদ্যোগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা টিভি৯ৰ উদ্যোগত বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱঃ পৰ্যটন উদ্যোগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা...](https://images.assamtv9.com/uploads/2025/01/World-Travel-and-Tourism-Festival.jpg?w=400)
![8th pay commision: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে কপাল ফুলিব নেকি অসম চৰকাৰৰ কৰ্মচাৰীৰো ? 8th pay commision: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে কপাল ফুলিব নেকি অসম চৰকাৰৰ কৰ্মচাৰীৰো ?...](https://images.assamtv9.com/uploads/2025/01/Untitled-design-14.jpg?w=400)
![মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে? মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে?...](https://images.assamtv9.com/uploads/2025/01/Kisan-Credit-Card-2-1.jpg?w=400)