Paris Olympics 2024: ঐতিহাসিক মুকলি অনুষ্ঠান, ভাৰতীয় সময় অনুসৰি কেতিয়া অনুষ্ঠিত হ’ব এই অনুষ্ঠান?
২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক ২০২৪। মুকলি অনুষ্ঠানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে পেৰিছ। সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বিশেষ কথাটো হ’ল এইবাৰ মুকলি অনুষ্ঠানটো আগৰ তুলনাত অলপ বেছি বিশেষ হ’বলৈ গৈ আছে।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6