যুৱৰাজ সিঙৰ সৈতে আছে মনু ভাকৰ-সৰবজোৎ সিঙৰ বিশেষ সম্পৰ্ক, এই সম্পৰ্কই আপোনাকো কৰিব আচৰিত !
দ্বিতীয় ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত মনু ভাকৰে কয় যে তেওঁৰ মনোযোগ জয়-পৰাজয়ৰ ওপৰত নহয়। তেওঁ মাত্ৰ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বিচাৰিছিল। মনু ভাকৰে কয় যে দেশৰ হৈ পদক লাভ কৰি তেওঁ অতি সুখী যদিও তেওঁৰ প্ৰদৰ্শন উন্নত কৰিব বিচাৰিছিল।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5