পেৰিছ অলিম্পিকত ডাঙৰ হুলস্থুল, এই খেলুৱৈগৰাকীয়ে ছেইন নদীত সাঁতুৰি পৰিল বিপদত, জানক সবিশেষ
আন এক বিতৰ্ক পোহৰলৈ আহিছে পেৰিছ অলিম্পিকৰ। দৰাচলতে ছেইন নদীত সাঁতুৰি অসুস্থ হৈ পৰে এগৰাকী বেলজিয়ামৰ খেলুৱৈ, যাৰ বাবে তেওঁৰ দলটোৱে পেৰিছ অলিম্পিক গেমছৰ মিক্সড ৰিলে ট্ৰাইএথলনৰ পৰা আঁতৰি আহিছে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5