২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক প্ৰায় নিশ্চিত, বাটৰ পৰা আঁতৰিল প্ৰতিদ্বন্দ্বি দেশ
২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ আৰম্ভণি বহুত ভাল। আৰ্চাৰীত দুয়োটা ভাৰতীয় দলে পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। একে সময়তে এটা দলৰ পদক প্ৰায় নিশ্চিত বুলি ধৰা হৈছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5