অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ পত্নীয়ে অলিম্পিকত ২টা সোণৰ পদক লাভ কৰিছে, জানক সবিশেষ
অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মেথিউ শ্বৰ্টৰ পত্নী মেডিচন উইলছন এগৰাকী পেছাদাৰী সাঁতোৰবিদ। ইয়াৰ উপৰিও দুবাৰকৈ অলিম্পিকৰ স্বৰ্ণ জয় কৰিছে। টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল যদিও এইবাৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা নাই, যাৰ কাৰণ অতি বিশেষ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5