শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg: তেওঁ সদায়ে কৈ আহিছিল ব্ৰহ্মপুত্ৰৰ কথা… আজি মহাবাহুৰ বুকুত জুবিনৰ চিতাভস্ম বিসৰ্জন

গৰিমা শইকীয়া গাৰ্গে ক'লে, 'সকলোখিনি নিয়ম কৰাৰ পিছত এইখিনি নিয়ম বাকী আছিলে , পুৰোহিতে কৈছিলে বহুদিন চিতা ভষ্মখিনি ৰখাটো বেয়া কথা, সেইকাৰণে আলোচনা কৰি আজি ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন কৰিছো, যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথা সদায়ে কৈ আহিছিল'।

trishna-kalita
Trishna Kalita | Updated On: 29 Oct 2025 13:07 PM
মায়াবিনী ৰাতিক গীতেৰে জীপাল কৰা  প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়। প্ৰায় ডেৰ মাহ হ'ল তেওঁ যোৱা। কিন্তু অসমীয়াই আজিও বুকুত কঢ়িয়াই লৈ ফুৰিছে অলেখ-অযুত বেদনা।

1 / 5
জীয়াই থাকোতে জুবিনে কৈছিল, 'মই মৰিলে ব্ৰহ্মপুত্ৰত উটাই দিলেই হ’ল'। ব্ৰহ্মপুত্ৰক সঁচাকৈ ভাল পাইছিল তেওঁ। আজি সেই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’ল জুবিন গাৰ্গৰ চিতাভস্ম।

2 / 5
চকুলো টুকি  মহাবাহুৰ বুকুত স্বামীৰ চিতাভস্ম বিসৰ্জন দিলে গৰিমা শইকীয়া গাৰ্গে। কাহিলীপাৰাৰ বাসগৃহৰ পৰা মহাবাহুলৈ লৈ যোৱা হ'ল চিতাভস্ম।

3 / 5
মহানগৰীৰ লাচিত ঘাটত জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন। লগত আছিল ভগ্নী পামী বৰঠাকুৰৰ লগতে পৰিয়ালৰ আন লোকসকল। জুবলী, পাৰ্থসাৰথি মহন্তৰ লগতে বহু লোক উপস্থিত আছিল জাহাজখনত।

4 / 5

5 / 5