Yoga for anger: সৰু-সৰু কথাতেই খং উঠে নেকি? তেন্তে এই টিপচ্ আপোনাৰ বাবে…
আজিকালি প্ৰায়ভাগ মানুহে ব্যস্ত থাকে। যাৰ বাবে ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰ আৰু মনত পৰে। এনেবোৰ কাৰণতে মানুহৰ খং বেছি হয়। সৰু সৰু কথাত কিছুমানৰ খং উঠা দেখা যায়। ই এক সমস্যা হৈ পৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5