গোগামুখনঃ কান্ধ, ডিঙি আৰু কঁকালৰ বিষত ভুগি থকা সকলৰ বাবে গোমুখাসন অতি উপকাৰী। গোমুখাসনে শৰীৰৰ ভংগীমাও উন্নত কৰে, সেয়েহে বহি কাম কৰাসকলৰ বাবে ই উপকাৰী। এই যোগ আসন হাঁপানী, জৰায়ুৰ বিষ, ছাইটিকা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, ওজন নিয়ন্ত্ৰণ ইত্যাদিত উপকাৰী।