ICC Test Ranking : পিছ পৰিল কেন উইলিয়ামছন, হেৰী ব্ৰুকৰ দৰে খেলুৱৈ, টেষ্ট ৰেংকিঙত দ্বিতীয় স্থান দখল যশস্বী জয়ছোৱালৰ…
আইচিচিৰ টেষ্ট ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে। শেহতীয়াকৈ আই চি চি টেষ্ট ৰেংকিঙত কেন উইলিয়ামছন আৰু হেৰী ব্ৰুক দুয়োজনকে অতিক্ৰম কৰি ৰেংকিঙত ২ নম্বৰ স্থান দখল কৰিছে যশস্বী জয়ছোৱালে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5