মহিলা বিশ্বকাপত জয়ী হৈ ভাৰতে লাভ কৰিলে ৯১ কোটি টকা, পাকিস্তানে কিমান পালে?
Women World Cup 2025: প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বিশ্বকাপৰ খিতাপ দখল কৰে। ইয়াৰ পাছতে দলটোৱে মুঠ ৯১ কোটি টকা লাভ কৰে। পিছে পাকিস্তানে কিমান টকা পালে?

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5