শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Taarak mehta ka ooltah chashmah ৰ পৰা জেঠালাল আৰু ববিতাই বিদায় ল’ব নেকি?

'তাৰক মেহতা কা উল্টা চচমা' বহু লোকৰে প্ৰিয় অনুষ্ঠান। কিন্তু, শেহতীয়া খবৰ ওলাইছে যে জেঠালাল আৰু ববিতাই এই অনুষ্ঠানটো এৰিব পাৰে। অৱশ্যে শেহতীয়াকৈ অনুষ্ঠানত যোগদান কৰা গোগী অৰ্থাৎ সময় শ্বাহে এই খবৰৰ ওপৰত নিজৰ মতামত দিছে।

barasha-misra
Barasha Misra | Published: 29 Jun 2025 11:40 AM
'তাৰক মেহতা কা উল্টা চচমা' বহু লোকৰ প্ৰিয় অনুষ্ঠান। সকলো বয়সৰ মানুহে চাব পাৰে এই অনুষ্ঠানটো। অৱশ্যে আৰম্ভণিৰ পৰা এতিয়ালৈকে শ্ব’টোৰ কাহিনীৰ লগতে ইয়াৰ চৰিত্ৰবোৰৰ বহু পৰিৱৰ্তন হৈছে।

1 / 5
যোৱা কেইবাটাও খণ্ডৰ পৰা শ্ব’টোত দয়া বেহেনৰ চৰিত্ৰত অভিনয় কৰি অহা দিশা বকানিয়ো ইয়াৰ অংশ নহয়। কিন্তু, শেহতীয়া কিছুমান খণ্ডত জেঠালাল আৰু ববিতাৰ অনুপস্থিতিৰ খবৰ আহিছে যে দুয়োজনে অনুষ্ঠানটো এৰিছে।

2 / 5
জেঠালাল আৰু ববিতাৰ চৰিত্ৰৰ অন্যতম প্ৰিয় চৰিত্ৰ। জেঠালালৰ চৰিত্ৰত দিলীপ যোশীয়ে আৰু ববিতাৰ চৰিত্ৰত অভিনয় কৰিছে মুনমুন দত্তই। দুয়োৰে মাজত থকা কেমিষ্ট্ৰীও মানুহে ভাল পায়।

3 / 5
১৭ বছৰে মানুহক মনোৰঞ্জন দি থকা এই অনুষ্ঠানটো যদি জেঠালাল আৰু ববিতাৰ চৰিত্ৰই ত্যাগ কৰে তেন্তে অনুৰাগীৰ বাবে অতি বেয়া খবৰ হ'ব। শেহতীয়াকৈ ৰোশন সিং সোধীৰ পুত্ৰ গোগীয়ে শ্ব’টোত এই প্ৰশ্নৰ উত্তৰ দিছে।

4 / 5
গোগীৰ চৰিত্ৰত অভিনয় কৰা সময় শ্বাহে শেহতীয়া এক সাক্ষাৎকাৰত দুয়োটা চৰিত্ৰৰ বিদায়ৰ খবৰ সন্দৰ্ভত স্পষ্টীকৰণ দিছে। তেওঁ কয়, মই নাভাবো যে তেওঁলোকে শ্ব’টো এৰিব, এই সকলোবোৰ উৰাবাতৰি।

5 / 5