গণেশ চতুৰ্থীৰ দিনটোতে ৰাজ্যত শোকাৱহ ঘটনা! চিকিৎসাৰ অভাৱত মৃত্যু বন্যহস্তীৰ
গণেশ চতুৰ্থী উপলক্ষ্যে ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ। মন্দিৰে মন্দিৰে ভিৰ কৰিছে ভক্তই। কিন্তু এই দিনটোতে ৰাজ্যত শোকাৱহ ঘটনা সংঘটিত হৈছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্র অঞ্চলটোত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5