শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গ্ৰীষ্মকালত পুৱা নাৰিকলৰ পানী খাওক, ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব…

গ্ৰীষ্মকালত পুৱা নাৰিকলৰ পানী খোৱা অভ্য়াস কৰক । প্ৰতিদিনে যদি এগিলাচ বা আধা গিলাচ নাৰিকলৰ পানী খায়, তেন্তে আপুনি আচৰিত ধৰণে স্বাস্থ্যৰ উপকাৰিতা লাভ কৰিব ।

manas-borah
Manas Borah | Published: 24 Apr 2025 00:38 AM
গৰম দিনত ঠাণ্ডা পানীয় স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? বিশেষজ্ঞৰ মতে, ঠাণ্ডা পানীয় অত্যাধিক সেৱন কৰাটো স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে । ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । কোৱা হয় যে, এই গৰমৰ দিন কেইটাত ঠাণ্ডা পানীয়ৰ পৰিৱৰ্তে নাৰিকলৰ পানী সেৱন কৰিব লাগে । ইয়াৰ দ্বাৰা আপোনাৰ পিয়াহও দূৰ হ’ব আৰু এই পানীৰ উপকাৰো বহুত।

1 / 5
কেতিয়া নাৰিকলৰ পানী খালে অধিক স্বাস্থ্য়ৰ উপকাৰিতা পোৱা যায় ? বিশেষজ্ঞৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পাছত নাৰিকলৰ পানী খাব লাগে । পুৱা এগিলাচ বা আধা গিলাচ নাৰিকল পানী খাব লাগে। ই শৰীৰৰ বাবে অতি উপকাৰী।

2 / 5
যিসকলৰ মুখত অসংখ্য দাগ আছে বা যাৰ ছাল শুকান হোৱাৰ সমস্যা আছে, তেওঁলোকে নিয়মিতভাৱে নাৰিকলৰ পানী খাব পাৰে । নাৰিকলৰ পানী ছালৰ বাবে অতি উপকাৰী । ই ছাল উজ্জ্বল কৰাত সহায় কৰে । মুখৰ দাগ আঁতৰ কৰাটো সহায় কৰে ।

3 / 5
নাৰিকলৰ পানীয়ে আপোনাক হিটষ্ট্ৰ'কৰ পৰা ৰক্ষা কৰিব। অতি গৰমত শক্তি বৃদ্ধিৰ বাবে নাৰিকলৰ পানীয়ে বহুত কাম কৰে । নাৰিকলৰ পানীয়ে শৰীৰত পটাছিয়াম আৰু ছডিয়ামৰ সঠিক মাত্ৰা বজাই ৰাখে ।

4 / 5
কোষ্ঠকাঠিন্যত সমস্যা থকাসকলেও এই নাৰিকলৰ পানীৰ দ্বাৰা উপকৃত হ’ব। যিসকলৰ ব্লাড চুগাৰ আৰু ব্লাড প্ৰেচাৰৰ সমস্যা আছে তেওঁলোকেও খাব পাৰে। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব।

5 / 5