বাৰিষাৰ সময়ত কিয় সাপ বেছিকৈ ওলায়? বৃদ্ধি পায় সৰ্প দংশনৰ আশংকা…
Snakes in Rainy Season: বাৰিষাৰ সময় সকলোৱে ভাল পায়। কিন্তু এই সময় সাপৰ প্ৰতি সজাগ হোৱাৰ সময়ো। এই বতৰত বেছিভাগ সাপ ওলাই আহে আৰু সাপে কামোৰাৰ আশংকা বাঢ়ি যায়। কিয় এনেকুৱা হয় জানি লওক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5